মোৰো শুধিব মন যায়,,,মোৰ দৰে তেওঁৰো বুকু কঁপেনে? Bulletৰ ধক্-ধক্ শব্দত??
মোৰ দৰেই তেওঁৰো Bullet প্ৰিয় নে??বিলাসীতা প্ৰিয় নহয় যদিও মোৰ Bullet খনৰ সৈতে এটা অাৱেগ অাছে,,
মোৰ দৰে তেওঁও এবাৰলৈ হ'লেও Bulletৰ প্ৰেমত পৰিছেনে?😌
নাজানো,,,,,,যদি পৰিছে,,,
ইয়াৰ পৰাই কওঁ ..I wanna go on a long ride with you💓...Will you??
Just I wanna hold your waist around my arms..
When you will ride the bike ,,I just wanna tease you with my flying hair...and My mouth will whisper into your ears..yeah, I wanna go on a long ride with you.💓
একেলগে এবাৰ অামিও উপভোগ কৰিম পাহাৰে অামাৰ মৰমৰ প্ৰতিধ্বনি তোলা,,অামিও শুনি চাম পাহাৰ অাৰু অাকাশৰ গুপন বাৰ্তা,,,অামিও চাম অাকাশে দিনৰ নীলাবোৰ দি, সন্ধিয়া কপালত সেন্দুৰ অাকিঁ যোৱা সাগৰখন,,,অাৰু অৱশেষত অবশেলিত দেহাটো তেওঁৰ বুকুতে গুজি অপেক্ষা কৰিম নতুন এটি পূৱাৰ।❣️
-