Krishnamoni Kaushik  
41 Followers · 14 Following

A perfect mess
Imperfectly perfect combination of simplicity and uniqueness
Joined 22 February 2020


A perfect mess
Imperfectly perfect combination of simplicity and uniqueness
Joined 22 February 2020
5 APR AT 14:44

: কেনে আছা?
: আছোঁ আৰু! নজনা প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি আৰু জনাবোৰৰ ঠিকনা বিচাৰি। তুমি?
: নাজানো, আজিকালি চোন শুব গ'লেই ৰাতি উঠিয়েই দিন যেন সময়বোৰ।
: হমম্।
: এতিয়াও ভালপোৱাৰ সুগন্ধি বিচাৰি ফুৰা নে?
: সুগন্ধিবোৰ তো ল'বই লাগিব নহ'লে জীৱনৰ অৰ্থই বা ক'ত!
: কিয়? কিছুমান বস্তুৰ পৰা আতঁৰি থাকিব নোৱাৰি নে?
: আতঁৰি থাকিব পাৰি সিবিলাকৰ পৰা যাৰ কোনো প্ৰয়োজন নাথাকে বা কোনোদিনে প্ৰয়োজন নহয়। যাৰ পৰা আমি পলাব নোৱাৰোঁ, চেষ্টা ও নো কিয় কৰোঁ?
: আশা আৰু বিশ্বাস এতিয়াও ধৰি ৰাখিব পাৰিছা?
: নিশ্চয়। A life without hope is definitely not a life. আৰু বিশ্বাস নিজৰ ওপৰত আছে বাবেই কোনোবাখিনিত আশা ও‌ আছে জীৱনটোক লৈ।

-


5 AUG 2023 AT 9:34

तुमसे मिलना एक इत्तेफाक ही तो था,
तुमसे बातें करना मेरे आदतों में शुमार ही तो था!
कब न जाने तुम्हारी बातें उलझीं,
और उन बातों में हम!
की वो हंसी अफसाने बन गए,
और दिल के हिस्से बन गए तुम!

-


25 MAY 2023 AT 0:17

এই যে-
Unfiltered তুমি জন/জনী
সেয়াই তোমাৰ সকলোতকৈ ডাঙৰ সাজোন জানা?
এই যে-
Imperfection ৰ মেৰপাকত বান্ধি
নিজকে perfect বনোৱা!
সকলোতকৈ বেলেগ হৈ
ভিৰৰ মাজত থিয় দিয়া!
সেইখিনিতেই জিকি ৰোৱা তুমি
হাজাৰটা হাৰি যোৱা বাজী!

-


20 MAY 2023 AT 22:37

He was the moon for
Her love for the sky.
So she became the meteor for
His belief in the fly.
As he waited for her shine,
She waited for his glow.
He was her escort in
Dark and light,
& She was the strength
In his Dull and bright.


-


21 APR 2023 AT 21:09

जब से तुम मिले
सारी बेचैनियां जैसे
खत्म सी हो गई,
खुद से प्यार करने की
आदत सी हो गई,
कैसे क्या हुआ
ये तो नहीं पता,
पर ऐसा लगता है
जैसे जिंदगी
नई सी हो गई!

-


3 MAR 2022 AT 19:48

ফাগুন নহয় বহাগ হৈ আহিবাচোন

ফাগুন নহয়;
বহাগ হৈ আহিবাচোন,
মনৰ শুকান ডালবোৰত
কুঁহি পাতৰ মিঠা অনুভৱ দিবলৈ।
সৰাপাতৰ দৰে ভাঙি চিঙি
শেষ হৈ নো কি পোৱা?
আহিবাচোন কেতিয়াবা,
বহাগে ধৰা খনক
নতুন ৰঙেৰে ৰঙোৱাৰ দৰে,
বেৰঙ মনবোৰকো
মৰমৰ ৰঙেৰে ৰঙাম।
আকৌ এবাৰ সেউজীয়া বোৰৰ
প্ৰেমত পৰিম,
হেঁপাহৰ গীত গুণগুণাম,
জীৱনৰ ৰঙবোৰ
আৰু এবাৰ বিচাৰি ল'ম।

-


22 JAN 2022 AT 0:57

She....
Having the
Prettiest of eyes
Holding the
Harshest of situations.
Who inspired many,
And irritated few.
Never knowing
The right's
Nor the wrong's.
Hanging around
The dreams and reality.
Living between
The little happy moments
And heights of fears.
She always knew
The strength of the mind,
The weakness of the heart.
The lighter side of the dark,
The darker side of the light.

-


1 JAN 2022 AT 20:51

When I was small,
The Day 1 used to feel like a hopeful start.
Like everything will be magical,
There will be only better days coming,
Only good and happy vibes etc etc...
Now that I am grown up,
It feels nothing but a simple date on the calendar
As I know it is ; actually I realised.
The day 1 of a new year has no magic
It will still have bad days, bad moments.
But one thing is completely undeniable
There is "HOPE".
Hope of doing better than the previous year.
Hope of having more fun moments.
As happiness don't count on days.
It'll find route to be with you,
Only when your mind allows it to be.
So let's be happy
Without looking at the calendar.
And let's make this year a happy and bright one.
HAPPY NEW YEAR.✨

-


7 JUN 2021 AT 17:27

আকাশখন মোৰ বৰ প্ৰিয়, জানা!
অনুভৱবোৰ নিশব্দে-গোপনে একান্ত নিজৰকৈ
সাঁচি থোৱাৰ মন্ত্ৰ আকাশখনৰেই নহয় জানো?
নহ'লে নো গধুৰ ডাৱৰ ভেদি নামি অহা
সেই বৰ্ষাজাকত সিহঁতে প্ৰেম বিচাৰি পায়নে?
সন্ধিয়াৰ সুৰুযৰ শেষ সান্নিধ্যত বিয়াকুল
চৰাইজাকে পুনৰ লগ পোৱাৰ হেঁপাহ ৰাখেনে?
ৰাতিপুৱা ৰঙচুৱা ৰাংঢালী হোৱাৰ পৰা
নিশাৰ জোনাকী জনী হোৱালৈ
প্ৰতি মুহুৰ্ততে হাজাৰটা ৰূপ-ৰং!
সেইবাবেই হয়তো কয়,
"Sky speak to those who listens!"
কাণ পাতি শুনিবাচোন কেতিয়াবা,
সঁচাকৈ বৰ ভাল লাগে কথাবোৰ।।

-


23 FEB 2021 AT 19:02

ৰাতিৰ আন্ধাৰৰ লগত এতিয়া
যেন এক মধুৰ সম্পৰ্ক মোৰ;
সাগৰৰ উত্ৰাবল ঢৌ ভেদি উৰি যোৱা
সেই চৰাইজাকৰ নিচিনাকৈ
ভিন্ন ভাৱত মগ্ন এই হৃদয়েও
থিতাপি ল'ব শিকিছে গভীৰ ৰাতিৰ বুকুত।
আন্ধাৰ ৰাতিৰ এই মৌনতাখিনি
বৰ আপোন হৈ পৰিছে নজনাকৈয়ে!
চাগে ব্যস্ততা ভৰা দিন এটাৰ পিছত
এইখিনিয়েই সেইখিনি সময়
যেতিয়া আকৌ এবাৰৰ বাবে
নিজক উনুকিয়াই ল'ব পাৰো;
নিজৰ লগতে হিয়া খুলি কথা পাতি
পুনৰ এবাৰৰ বাবে
নিজক প্ৰস্তুত কৰি ল'ব পাৰো,
ভাল সময়ৰ সন্ধান বিছাৰি
আকৌ এটা নতুন দিনৰ বাবে।।

-


Fetching Krishnamoni Kaushik Quotes