HirakJyoti Das   (hirakhrk)
0 Followers · 1 Following

Joined 26 April 2024


Joined 26 April 2024
26 APR AT 23:49

প্ৰেম কৰা নাযায়,
প্ৰেম হৈ যায়।

মোৰো হৈছিল,
যাৰ লগত হ'ব নালাগিছিল।

-


26 APR AT 23:44

তুমিয়েটো কৈছিলা
হেজাৰ জনৰ মাজত মই কেৱল তোমাকেই ভাল পাওঁ

এতিয়া তুমিয়েই হেজাৰ জনৰ মাজত অকলশৰীয়া কৰি গ'লা।

-


26 APR AT 23:33

প্ৰেম সুন্দৰ
যেতিয়ালৈকে সন্দেহৰ জন্ম নহয়

-


Seems HirakJyoti Das has not written any more Quotes.

Explore More Writers