Dharitry Borah   (Prithivi 🌍)
371 Followers · 579 Following

Warior by nature
Survivor by work
Practicle by feelings
Free by soul
Joined 19 May 2019


Warior by nature
Survivor by work
Practicle by feelings
Free by soul
Joined 19 May 2019
16 AUG 2023 AT 3:34

অই , কি জান .. ভালপোৱাবোৰ শেষ হৈ গৈছে  লাহেকৈ ছোন অ ...
বুকুখন এতিয়া তেনেই উদং
অভিমানবোৰো অৰ্থহীন
দুচকুত এগালমান শূণ্যতা
আৰু শব্দবোৰ হৈ পৰিছে ভাষাবিহীন
ইয়াতেই অন্ত নেকি বাৰু সেই জীৱন কাহিনীযত আছিল কেৱল কাহানিবা এযাক নিৰ্ভেজাল হাঁহি ......

-


13 AUG 2023 AT 22:53

আজি শব্দবোৰো নোহোৱা হৈছে
তোমাৰ বাবে সাঁচি থোৱা  অভিমানবোৰো নিৰৱ হৈ উঠিছে
তুমি যে কোৱা তুমি বুজি পোৱা  সেই নিশব্দ প্ৰতিতো কথাই মোৰ
সকলোবোৰ যেন এটি অতিত
হৈ কৰৱাত নিঠৰুৱা  প্লাৱন হৈ ফুৰিছে

-


8 AUG 2023 AT 23:50

Mostly i have lost in my mind

-


8 AUG 2023 AT 23:47

वो हर एक् बात
जो सायद जुबान
नहीं बोल पाति हैं

-


8 AUG 2023 AT 23:40

अगर मे बोल पाति
तो सायद मे मांग लेती
उस रब से थोड़ा सुकून
तेरे लिए अपने हि हिस्से से
पर मेरे मालिक तो सायद
रूठा बैठा हे मुझसे हि
नजाने किउ कई बरसो से ..

-


18 APR 2023 AT 20:24

इस प्यार को जीना
उसको संभाल के रखना
और उसीके साथ
आखिर तक खरे रहना


-


18 APR 2023 AT 20:12

আজি আছো বাবেই  গতিশীল সময়ৰ হাতত
আগবঢ়াই দিছো জীৱনটোক
শুনিছো ই হেনো সকলো নিজৰ মতেহে কৰে নামানে কাৰো ৰাজনিতী
নামানে কোনো অৰ্থনিতী
আৰু দি যায় সকলোকে একো একোটা নিজচ্ছ কৰ্মফলৰ বৃহৎ জুতি ।

-


18 APR 2023 AT 19:54

মানুহৰ দুখ আৰু সুখবোৰ নিজা
তথাপিতো সুখৰ সমভাগী সমাজখন হয়  কিন্তু দুখৰ ভাগ কেৱল হৃদয়খনেহে লয়

-


25 JAN 2023 AT 22:11

You give your silence there
Where your words are
Become meaningless ..

-


21 JAN 2023 AT 21:19

তুমি মুক্ত সদায়  সেই সকলো এনাজৰিৰ পৰা
যাৰ দেখি নোপোৱা কোণত
কৰৱাত ৰখি আছে জীৱন  অপেক্ষাত এজাক প্ৰভাতৰ ।

-


Fetching Dharitry Borah Quotes