Bistirna Goutam  
2.7k Followers · 1.9k Following

কবিতা মোৰ হিয়াৰ দাপোন❤
মৰম বিচাৰি ফুৰা ছোৱালীজনী 🙆‍♀
Joined 23 March 2020


কবিতা মোৰ হিয়াৰ দাপোন❤
মৰম বিচাৰি ফুৰা ছোৱালীজনী 🙆‍♀
Joined 23 March 2020
13 JUN 2022 AT 12:10

মই জানো...
আপুনি আহিব এদিন
মোৰ প্ৰেমৰ খিৰিকীৰে
মই বাট চাই ৰম .....

-


11 JAN 2022 AT 21:35

হিমে ধোৱা শীতৰ নিশাটিত
কুঁৱলীৰ আৰ লৈ
কুচি মুচি লুকাই থকা
তুমিটোক এবাৰ চাব বিচাৰো

-


27 DEC 2021 AT 18:39

শীতৰ সেমেকা গধূলিত
প্ৰিয়জনৰ সৈতে
একাপ চাহৰ জুতি....

-


26 MAY 2021 AT 22:21

পূৰ্ণিমাৰ নিশা আকাশ খনলৈ চাইয়েই
গোটেই গধূলিটো উপভোগ কৰিলো
জোনৰ কাষত তৰাৰ লুকা-ভাকু নাছিল
কলীয়া ডাৱৰে চানি ধৰিছিল গোটেই নিশাটোৰ মধুৰতা খিনি.....
আৰু মই জনী তাতেই হেৰাই গৈছিলো
তেওঁ জনক কাষত বিচাৰি .......

-


11 APR 2021 AT 1:12

Now it's midnight
Aah! I feel thirsty
Lusting for your kisses😘 and tight hugs
Hey.. Plz Let me hold you mildly by the hand
There's something wrong with my brain🤧
I missing you so badly 🥺
I can't wait to see you again
When will I see you again?

-


1 APR 2021 AT 19:33

Do you know? 😌
A new poem is created with the same title "You are Mine "when I think about you❤

-


21 MAR 2021 AT 21:21

তাইৰ হাঁহিৰ শক্তি তোমাৰ মৰমৰ প্ৰতিদান ....
জুখিব খোজা যদি
জুখি চোৱা তোমাৰ ভালপোৱাৰ তুলাচনীৰে
তোমাৰ শব্দত তাইৰ অশান্ত মনে বিচাৰি পাই শান্তিৰ নিজৰা....
জুখিব খোজা যদি
জুখি চোৱা তোমাৰ ভালপোৱাৰ তুলাচনীৰে........💝

-


13 MAR 2021 AT 16:34

আকৌ পৰিছো ফাগুনৰ পছোৱাজাকৰ প্ৰেমত
প্ৰেমত পৰিছো তেওঁৰ ওঁঠযোৰিৰ
পলাশৰ ৰং বেয়াকৈয়ে লাগিছে মোৰ দেহত..
ফাগুন ইমান কিয় উৰুৱাই নিছ মোক
মইটো নোৱাৰিম ফাগুন
এই ভাললগাক ভালপোৱাৰ নাম দিব..
মোক আৰু উৰুৱাই নিনিবি ফাগুন
মই জনী এতিয়া ভাগৰুৱা অ' উৰি উৰি......


-


8 JAN 2021 AT 22:30

মই খুলি ৰাখিছো হৃদয়ৰ দুৱাৰ আপোনাৰ বাবে
প্ৰতিটো কোণ পৰিদৰ্শন কৰি লৈ লওঁক আপোনাৰ বাবে সাঁচি ৰখা মৰমখিনি❤
অনুমতি দিছো ...প্ৰাণখুলি বিনিময় কৰক আপোনাৰ ৰঙীন সপোনবোৰ.........💚💛💙

-


6 OCT 2020 AT 17:55

A place where I feel comfortable
I wana to compare my house to a Temple Where I seek peace
I love my house ❤❤

-


Fetching Bistirna Goutam Quotes